দেশৰ সামাজিকভাৱে সুৰক্ষিত পঞ্চায়তৰ তৃতীয় স্থানত অসমৰ ভকতগাঁও পঞ্চায়ত

অসমৰ ভকতগাঁও পঞ্চায়তে ভাৰতৰ প্ৰায় ২.৬৪ লাখ গাঁও পঞ্চায়তৰ ভিতৰত তৃতীয় স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

নগাঁও জিলাৰ খাগৰিজান উন্নয়ন খণ্ডৰ অন্তৰ্গত ভকতগাঁৱে Socially Secured Panchayat শ্ৰেণীত দেশৰ ভিতৰতে তৃতীয় স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়ায়৷ দেশৰ ২.৬৪ লাখ খন গাঁও পঞ্চায়তক অতিক্ৰম কৰি ভকতগাঁও গাঁও পঞ্চায়তে তৃতীয় স্থান লাভ কৰে।

২০২২-২০২৩ বৰ্ষৰ বাবে ভকতগাঁৱক এই বটা লাভ কৰে।

নতুন দিল্লীৰ বিজ্ঞান ভৱনত সোমবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ উপস্থিতিতিত “National Conference on Incentivisation of Panchayats-cum-Award Ceremony” অনুষ্ঠানত এই বঁটা প্ৰদান কৰে ৷

অসম চৰকাৰৰ হৈ বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই বটা গ্ৰহন কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...