মৰিগাঁৱৰ ধৰমতুলত তীৰ্থযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

মৰিগাঁৱৰ ধৰমতুলত তীৰ্থযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত
ভয়ংকৰ দুৰ্ঘটনাত নিহতৰ সংখ্যা ৩জনলৈ বৃদ্ধি
নিহত গুৱাহাটীৰ নুনমাটিৰ গোপাল অধিকাৰী, সুমন শৰ্মা
গোপাল অধিকাৰী PWDৰ কৰ্মচাৰী আছিল
আন এজনক গুৱাহাটীলৈ আনি থকা অৱস্থাত মৃত্যু
ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা তীৰ্থযাত্ৰীৰ ট্ৰেভেলাৰৰ
পৰশুৰামকুণ্ডৰ পৰা আহি আছিল তীৰ্থযাত্ৰীৰ দলটো
ট্ৰেভেলাৰখনত আছিল মুঠ ২১জন যাত্ৰী
আহত আনসকল যাত্ৰী মৰিগাঁও চিভিলত চিকিত্সাধীন
বহুকেইজন যাত্ৰীৰ অৱস্থা অতি সংকটজনক
কেইবাজন যাত্ৰীক উন্নত চিকিত্সাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ
তীৰ্থযাত্ৰীৰ দলটো আহিছিল বাক্সাৰ পৰা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মালা পিন্ধাবলৈ আগবাঢ়িল নেতা, উভতি আহি দেখিলে চেইন নাই!

বিহাৰৰ মুজাফ্ফৰপুৰত স্বাস্থ্য মন্ত্ৰী নিশান্ত কুমাৰৰ আদৰণি অনুষ্ঠানত সংঘটিত...

আন্তঃৰাষ্ট্ৰীয় তাৰকা নহয়, জন আব্ৰাহামৰ পছন্দ অসমৰ খেলুৱৈ!

বলিউড অভিনেতা তথা নৰ্থইষ্ট ইউনাইটেডৰ মালিক জন আব্ৰাহামে নিজৰ...

বিশ্ব সুন্দৰী প্ৰতিযোগিতা ২০২৬; বিশ্বৰ মঞ্চত জিলিকিল ডমিনিকান ৰিপাব্লিকৰ জোহেইৰী ম’লা ডমিংগুৱেজ

ভিয়েটনামৰ ন্যা ট্ৰাং চহৰত অনুষ্ঠিত ৭৩সংখ্যক মিছ ৱৰ্ল্ড ২০২৬ৰ...

শিক্ষক দিৱসৰ ভাষণ দি থাকোতেই শোকাৱহ ঘটনা…

ভাষণ দি আছিল শিক্ষয়িত্ৰীগৰাকীয়ে। তেতিয়াই ঘটিল এক অনাকাংক্ষিত ঘটনা।...