চীনত পুনৰ সংহাৰী ৰূপ লৈছে কৰ’ণাই

চীনত পুনৰ সংহাৰী ৰূপ লৈছে কৰ’ণাৰ সংক্ৰমণে। প্ৰতিদিনে হাজাৰ হাজাৰ লোক নতুনকৈ আক্ৰান্ত হোৱাৰ লগতে অভাৱনীয়ভাৱে বৃদ্ধি পাইছে মৃতকৰ সংখ্যাও। মৰ্গত মৃতদেহ ৰাখিবলৈ ঠাইৰ অভাৱ ঘটাৰ লগতে চিকিৎসালয়সমূহত ভিৰ কৰিছে হাজাৰ হাজাৰ ক’ভিড ৰোগীয়ে। আনকি সমাধিস্থলী সমূহতো মৃত আত্মীয়ৰ শেষকৃত্য সম্পন্ন কৰিবলৈ গৈ দীঘলীয়া শাৰী পাতিবলগীয়া হৈছে শ শ লোকে। ৰাইজৰ প্ৰতিবাদত বিগত দুবছৰৰো অধিক কাল ধৰি অব্যাহত থকা কঠোৰ ক’ভিড বিধি প্ৰত্যাহাৰ কৰাৰ পিছত পুনৰ গণসংক্ৰমণ আৰম্ভ হৈছে সমগ্ৰ চীনত। ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ উপক্ৰম হৈছে দেশখনত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰেমিকাক উপহাৰ দিবলৈ ঘৰতেই লুটপাত পুত্ৰৰ…

প্ৰেমিকাক উপহাৰ দিবলৈ ঘৰতেই লুটপাত পুত্ৰৰ। প্ৰেমিকাক সন্তুষ্ট কৰিবলৈ...

বিশ্বৰ একমাত্ৰ দ্বীপ; য’ত ৬ মাহ ফ্ৰান্স আৰু ৬ মাহ স্পেইনৰ শাসন চলে

ইউৰোপত এনে এক অদ্ভূত নদী দ্বীপ আছে, য’ত শতিকা...

কেতিয়াবা বন্ধুত্ব, কেতিয়াবা সংঘাত: কিয় ইমান জটিল পাকিস্তান আৰু ইৰানৰ সম্পৰ্ক?

পাকিস্তানৰ সেনা প্ৰধান ফিল্ড মাৰ্শ্বাল আছিম মুনীৰে ইৰান আৰু...