দৰিদ্ৰতা, অনগ্ৰসৰতাৰ বাবে আধাতে বিদ্যালয় শিক্ষা এৰিছে একাংশ শিক্ষাৰ্থীয়ে

দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত প্ৰকৃততে শিক্ষাৰ ক্ষেত্ৰখনত কিমান আগবঢ়া অসম? শেহতীয়াকৈ ইউডাইছ প্লাছৰ এক সমীক্ষাত উন্মোচিত হৈছে দেশৰ শিক্ষাখণ্ডৰ কেতবোৰ বিশেষ দিশ। এই সমীক্ষাত অসমৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ এক ভয়াবহ ছবি পোহৰলৈ অহাত এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। আচলতে কি হৈছে অসমৰ শিক্ষা ব্যৱস্থাত। চাওক এই প্ৰতিবেদনত…

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...