অস্বাভাৱিক পৰিৱৰ্তন হৈছে চিয়াং নদীৰ

0 108

পুনৰ ঘোলা হৈ পৰিছে চিয়াং নদীৰ পানী। আতংকিত হৈ পৰিছে চিয়াং উপত্যকাৰ ৰাইজ। কিয় এনে পৰিৱৰ্তন হৈছে চিয়াং নদীৰ? উত্থাপন হৈছে বিভিন্ন প্ৰশ্নৰ।

Leave A Reply

Your email address will not be published.