বঙাইগাঁৱত ঋণ ৰেহাইৰ নামত আজৱ ঘটনা

মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ নামত বঙাইগাঁৱত ঘটিল আজৱ ঘটনা। এগৰাকী মহিলাই সময়মতে পৰিশোধ কৰি আহিছিল ঋণৰ কিস্তি। কিন্তু চৰকাৰৰ উদগণি আৰু সকাহ আঁচনিৰ অধীনত হিতাধিকাৰী মহিলাগৰাকীয়ে পালে মাত্ৰ এটকাৰ চেক। যাৰ বাবে ক্ষোভ মহিলাগৰাকীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...