সকলোৰে সন্মুখতে বিজেপিৰ মন্ত্ৰীয়ে চৰিয়ালে মহিলাক!

সকলোৰে সন্মুখতে এগৰাকী মহিলাক চৰিয়ালে মন্ত্ৰীয়ে। ভূমি বিবাদক লৈ কৰ্ণাটকৰ মন্ত্ৰী ভি সোমন্নাই প্ৰহাৰ কৰিলে এগৰাকী মহিলাক। ঘটনা চমাৰাজনগৰ জিলাৰ গুণ্ডলুপেটৰ হাংগালা গাঁৱৰ। ভূমি বিবাদৰ সমস্যাৰ বিষয়ে অৱগত কৰিবলৈ যোৱাৰ সময়তে খঙত অগ্নিশৰ্মা হৈ পৰে মন্ত্ৰীজন। অৰ্থনৈতিকভাবে পিছপৰা শ্ৰেণীৰ লোকক নথি বিতৰণৰ বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈছিল। সেই অনুষ্ঠানৰ মাজতে নিজৰ সমস্যাৰ বিষয়ে অৱগত কৰিবলৈ গৈছিল মহিলাগৰাকীয়ে। নিজৰ অসুবিধাৰ কথা অৱগত কৰাৰ সময়তে খঙত সম্বিত হেৰুৱাই সকলোৰে সন্মুখতে প্ৰহাৰ কৰিলে মহিলাক।

ইতিমধ্যে দেশজুৰি ভাইৰেল হৈ পৰিছে ভিডিঅ। বিৰোধীয়ে বিজেপিক তীব্ৰ সমালোচনা কৰিছে এই ঘটনাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৩৬ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় মাৰ্ক উডৰ

ইংলেণ্ডৰ তাৰকা পেচ বলাৰ মাৰ্ক উডে ৩৬ বছৰ বয়সত...

বিজেপি ত্যাগ সংগীত শিল্পী সীমান্ত শেখৰৰ; বিজেপিৰ সকলো পদ ত্যাগ সংগীত শিল্পীগৰাকীৰ

বিজেপিৰ সকলো পদ ত্যাগ সীমান্ত শেখৰৰ, এৰিলে চলচ্চিত্ৰ বিত্ত...

এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ; মহিলা ক্ৰিকেটৰ জৰিয়তে স্বৰ্ণ জয় ভাৰতৰ

এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদকৰ সন্ধান অৱশেষত সফল...

অসম- নাগালেণ্ডৰ মাজত পুনৰ সংঘাত; মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্মত নগা আৰক্ষীৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ

মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্ম অঞ্চলত নগা আৰক্ষীৰ বিৰুদ্ধে অসমীয়া...