আইৰ মুখৰ মাতষাৰকে হৰিবলৈ লৈছে নেকি অসম চৰকাৰে?

এটা জাত্যাভিমান থকা জাতি হিচাপে, এটা সুন্দৰ, ব্যাপক আৰু বৰ্ণিল ভাষাৰ অধিকাৰী জাতি হিচাপে আমি অসমীয়াই যেন পাহৰি গৈছোঁ নিজৰ ভাষাক প্ৰয়োজনীয় সন্মানখিনি যাচিবলৈ। সেয়ে চৰকাৰেই হওক, সাধাৰণ ৰাইজেই হওক, কৰ’বাত কাৰোবাৰ ত্ৰুটি থাকি যোৱাত পদে-পদে লাঞ্ছিত হৈ আহিছে ভাষাটো। শেহতীয়াকৈ APSCৰ পৰা অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত প্ৰত্যাহাৰ কৰা বিষয়টোৱে পুনৰ সৃষ্টি কৰিছে উদ্বিগ্নতাৰ। এই সিদ্ধান্তৰ বিৰুদ্ধে অৱশ্যে সৰৱ হৈ উঠিছে ৰাজ্যৰ সুধীসমাজ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...