২০২৪ৰ নিৰ্বাচনত টিকট হেৰুৱাব পাৰে সাংসদ কুইন ওজাই!

২০২৪ৰ লোকসভা নিৰ্বাচনক সন্মুখত ৰাখি শাসকীয় বিজেপিয়ে আৰম্ভ কৰিছে কেতবোৰ চিন্তা-চৰ্চা। বৰ্তমানৰ সাংসদক প্ৰাৰ্থীত্ব নিদি যুৱ প্ৰজন্মক আগুৱাই নিয়াৰ চিন্তা কৰিছে বিজেপিয়ে। ঠিক একেদৰে ৰাজ্যৰ ৰাজনীতিলৈ ঘূৰাই আনিব কেইবাজনো সাংসদক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ একমাত্ৰ দ্বীপ; য’ত ৬ মাহ ফ্ৰান্স আৰু ৬ মাহ স্পেইনৰ শাসন চলে

ইউৰোপত এনে এক অদ্ভূত নদী দ্বীপ আছে, য’ত শতিকা...

কেতিয়াবা বন্ধুত্ব, কেতিয়াবা সংঘাত: কিয় ইমান জটিল পাকিস্তান আৰু ইৰানৰ সম্পৰ্ক?

পাকিস্তানৰ সেনা প্ৰধান ফিল্ড মাৰ্শ্বাল আছিম মুনীৰে ইৰান আৰু...