হিজাবক লৈ জ্বলিছে ইৰাণ

যোৱা এমাহ ধৰি ইৰাণত অব্যাহত আছে হিজাব বিৰোধী প্ৰতিবাদ।যোৱা ১৬ চেপ্টেম্বৰত আৰক্ষীৰ জিম্মাত মাহছা আমিনী নামৰ এগৰাকী যুৱতীৰ মৃত্যুৰ পিছতে ৰাজধানী তেহৰাণসহ সমগ্ৰ দেশতে জ্বলিছিল প্ৰতিবাদৰ জুই। এই প্ৰতিবাদৰ সময়ছোৱাত দুই শতাধিক লোকক আৰক্ষীয়ে হত্যা কৰাৰ পিছতো ক্ষান্ত হোৱা নাই প্ৰতিবাদী জনতা। শনিবাৰে ইৰাণৰ কুখ্যাত এভিন কাৰাগাৰৰ সন্মুখত কেইবাহাজাৰ লোকে হিজাবৰ বিৰুদ্ধে প্ৰতিবাদ কৰে। প্ৰতিবাদ দমনৰ নামত গুলীচালনাও কৰে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল কিদৰে চলিব? জানক এই সেউজ ইঞ্জিনৰ আঁৰৰ বিজ্ঞান

ভাৰতীয় ৰে’লৱেই দেশৰ পৰিবহণ খণ্ডত এক নতুন আৰু পৰিৱেশ-অনুকূল...