২০২৪ৰ নিৰ্বাচনত টিকট হেৰুৱাব পাৰে সাংসদ কুইন ওজাই!

২০২৪ৰ লোকসভা নিৰ্বাচনক সন্মুখত ৰাখি শাসকীয় বিজেপিয়ে আৰম্ভ কৰিছে কেতবোৰ চিন্তা-চৰ্চা। বৰ্তমানৰ সাংসদক প্ৰাৰ্থীত্ব নিদি যুৱ প্ৰজন্মক আগুৱাই নিয়াৰ চিন্তা কৰিছে বিজেপিয়ে। ঠিক একেদৰে ৰাজ্যৰ ৰাজনীতিলৈ ঘূৰাই আনিব কেইবাজনো সাংসদক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা। আজি...