হিজাবক লৈ জ্বলিছে ইৰাণ

যোৱা এমাহ ধৰি ইৰাণত অব্যাহত আছে হিজাব বিৰোধী প্ৰতিবাদ।যোৱা ১৬ চেপ্টেম্বৰত আৰক্ষীৰ জিম্মাত মাহছা আমিনী নামৰ এগৰাকী যুৱতীৰ মৃত্যুৰ পিছতে ৰাজধানী তেহৰাণসহ সমগ্ৰ দেশতে জ্বলিছিল প্ৰতিবাদৰ জুই। এই প্ৰতিবাদৰ সময়ছোৱাত দুই শতাধিক লোকক আৰক্ষীয়ে হত্যা কৰাৰ পিছতো ক্ষান্ত হোৱা নাই প্ৰতিবাদী জনতা। শনিবাৰে ইৰাণৰ কুখ্যাত এভিন কাৰাগাৰৰ সন্মুখত কেইবাহাজাৰ লোকে হিজাবৰ বিৰুদ্ধে প্ৰতিবাদ কৰে। প্ৰতিবাদ দমনৰ নামত গুলীচালনাও কৰে আৰক্ষীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

পণ্ডিত হেমচন্দ্ৰ গোস্বামী ফাউণ্ডেশ্যনৰ উদ্যোগত ৱাশ্বিংটন ডি চিত ভাষা গৌৰৱ সপ্তাহ উদযাপন

অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰা উপলক্ষে আমেৰিকা...

অসমৰ প্ৰাক্তন DGP নিশিনাথ চাংকাকতিৰ মৃত্যু

অসমৰ প্ৰাক্তন DGP নিশিনাথ চাংকাকতিৰ মৃত্যু। লেখক আৰু সমাজসেৱী...

প্ৰেমৰ চহৰ ঢাকিছে বৰফে

এই শীতৰ প্ৰথম তুষাৰপাত। ঢাকিছে ঘাঁহ–বন, ঢাকিছে পথ, শুভ্ৰ...

প্ৰথমবাৰলৈ ভাগ্য পৰীক্ষাত নামিয়েই সফল হ’ল প্ৰিয়ংকা

প্ৰথমবাৰলৈ ভাগ্য পৰীক্ষাত নামিয়েই সফল হ’ল প্ৰিয়ংকা। সংসদীয় ৰাজনীতিত...