কয়লা খনিত বিস্ফোৰণ, ২৫জনৰ মৃত্যু

তুৰ্কীৰ কয়লাখনিত ভয়ংকৰ বিস্ফোৰণত ২২ জনকৈ শ্ৰমিকৰ মৃত্যু৷ বিস্ফোৰণৰ সময়ত খনিত কৰ্মৰত আছিল ১১০ জনকৈ লোক৷ বিস্ফোৰণত আহত অৰ্ধশতাধিক শ্ৰমিক৷

উত্তৰ তুৰ্কীৰ বাৰ্টিন প্ৰদেশৰ কয়লা খনিত বিস্ফোৰণ। কয়লা খনিতে আবদ্ধ হৈ আছে কেইবাজনো লোক। বিস্ফোৰণৰ সময়ত খনিত আছিল প্ৰায় ১১০জন লোক

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰিয়া-ৰামানুজ-ৰক্তাক্ত কোঠা আৰু কিছু অকথ্য…

মাতৃ-পিতৃ-ভাতৃ আৰু সকলোতকৈ ভালপোৱা মানুহজনৰ লগত বিয়া হৈ মৰমৰ...

ৰিজৱান-ইমামৰ ফোনত কি বিচাৰিলে PCB-এ?

ইংলেণ্ড ভ্ৰমণত পাকিস্তান ক্ৰিকেট দলত ব্যাপক পৰিৱৰ্তন। তৃতীয়খন টেষ্টৰ...

শিৰচ্ছেদ কৰি পত্নীক নৃশংস হত্যা স্বামীৰ; পলিথিনত ভৰাই ফ্ৰিজত ৰাখিল শিৰ

মহানগৰীৰ বেলতলাত পুনৰাবৃত্তি ২০২২ চনৰ দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ আৰু...

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...