বিধায়ক ৰমাকান্ত দেউৰীয়ে পৰিৱেশন কৰিলে স্বৰচিত গীত

মৰিগাঁও দিৱসত নিজৰ স্বৰচিত গীত পৰিৱেশন কৰিলে বিধায়ক ৰমাকান্ত দেউৰীয়ে। এইবাৰ গায়কৰ ৰূপত মৰিগাঁৱৰ বিজেপি বিধায়কজন। নিশা হাজাৰ হাজাৰ লোকৰ উপস্থিতিত পৰিৱেশন কৰিলে নিজৰ গীত।

পূৰ্বেও ভাষণৰ মাজত জনপ্ৰিয় শিল্পীৰ গীতৰ কথা উল্লেখ কৰে বিধায়কজনে। মাজে মাজে বিভিন্ন শিল্পীৰ গীতো গুণগুণায় বিজেপি বিধায়কজনে। কিন্তু এইবাৰ নিজেই সৃষ্টি কৰি পৰিৱেশন কৰিলে নিজৰ গীত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰিয়া-ৰামানুজ-ৰক্তাক্ত কোঠা আৰু কিছু অকথ্য…

মাতৃ-পিতৃ-ভাতৃ আৰু সকলোতকৈ ভালপোৱা মানুহজনৰ লগত বিয়া হৈ মৰমৰ...

ৰিজৱান-ইমামৰ ফোনত কি বিচাৰিলে PCB-এ?

ইংলেণ্ড ভ্ৰমণত পাকিস্তান ক্ৰিকেট দলত ব্যাপক পৰিৱৰ্তন। তৃতীয়খন টেষ্টৰ...

শিৰচ্ছেদ কৰি পত্নীক নৃশংস হত্যা স্বামীৰ; পলিথিনত ভৰাই ফ্ৰিজত ৰাখিল শিৰ

মহানগৰীৰ বেলতলাত পুনৰাবৃত্তি ২০২২ চনৰ দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ আৰু...

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...