লক্ষ্য ২০২৪ৰ লোকসভা নিৰ্বাচন

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসমতো এক প্ৰকাৰ ৰণডংকা বজালে বিজেপিয়ে। ইয়াৰে অংগ স্বৰূপে ৰাজ্যৰ এক নম্বৰ অতিথিশালা কইনাধৰাত ৰাজ্যিক বিজেপিৰ নৱ গঠিত চাৰিখন সমিতিৰ সৈতে বৈঠকত মিলিত হয় জে পি নাড্ডা আৰু অমিত শ্বাহে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজস্থানত ৰে’লপথত বিস্ফোৰণৰ ঘটনাৰে পাকিস্তানৰ সম্পৰ্ক! পঞ্জাৱৰ পৰা গ্ৰেপ্তাৰ দুই অভিযুক্ত

ৰাজস্থানৰ শ্ৰী গংগানগৰ জিলাত ৰে’লপথত সংঘটিত বিস্ফোৰণৰ ঘটনাৰ সৈতে...

ভাৰতীয় শ্বাটলাৰ লক্ষ্য সেনৰ ইতিহাস। জাপান মাষ্টাৰ্ছ ২০২৬ৰ ফাইনেলত জয় লক্ষ্য সেনৰ

জাপানৰ কুমামোটো মাষ্টাৰ্ছ ২০২৬ৰ পুৰুষৰ ছিংগলছৰ খিতাপ অৰ্জন ভাৰতীয়...