ভাৰতত অধিক সহজ হৈ উঠিল বিবাহ বিচ্ছেদ

ভাৰতত অধিক সহজ হৈ উঠিল বিবাহ বিচ্ছেদ। বুধবাৰে উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ‘অবজাৰভেশ্যন’। পতি-পত্নী কাৰো দোষ নাথাকিলেও বিচাৰিব পাৰিব বিবাহবিচ্ছেদ। মন গ’লেই এৰি দিব পাৰিব জীৱন সংগীক? এই ‘অবজাৰভেশ্যনে’ ইতিমধ্যে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...