প্ৰতি ইউনিটত ৩০ পইচা বৃদ্ধিৰ সিদ্ধান্ত বাতিলৰ দাবী আছুৰ

প্ৰসংগঃ অত্যধিক হাৰত বিদ্যুৎ মাচুল বৃদ্ধি
স্মাৰ্ট মিটাৰ যোগান ধৰা কোম্পানীক শ্ব’কজ APDCLৰ
আছুৰ প্ৰতিনিধি দলক এই কথা জনালে APDCL কৰ্তৃপক্ষই
প্ৰতি ইউনিটত ৩০ পইচা বৃদ্ধিৰ সিদ্ধান্ত বাতিলৰ দাবী আছুৰ
স্মাৰ্ট মিটাৰ যোগানকাৰী কোম্পানীক APDCLএ দিছে শ্ব’কজ
জুলাইত ৭০৫ কোটি আৰু আগষ্টত APDCLৰ ব্যয় হৈছে ৭৭০ কোটি টকা
৬৫ কোটি টকাৰ ঘাটি বাজেট জোৰা মাৰিবলৈ বৃদ্ধি কৰা হৈছে অতিৰিক্ত ৩০ পইচাকৈ
খেলিমেলি হোৱা বিলৰ অতিৰিক্ত টকা ঘূৰাই দিয়ক গ্ৰাহকক
মাচুল বৃদ্ধিৰ সিদ্ধান্ত পৰিহাৰ নকৰিলে আন্দোলন কৰিব আছুৱে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...