- ছোনিয়া গান্ধীৰ ব্যক্তিগত সহায়কৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ
- ধৰ্ষণৰ অভিযোগ পি পি মাধৱনৰ বিৰুদ্ধে
- অভিযোগকাৰী এগৰাকী ২৬ বছৰীয়া দলিত মহিলা
- মহিলাগৰাকীয়ে কাম কৰে কংগ্ৰেছ কাৰ্যালয়ত
- অভিযোগ অনুসৰি তেওঁক দিয়া হৈছিল চাকৰিৰ প্ৰলোভন
- বিয়াৰ প্ৰতিশ্ৰুতিও দিয়া হৈছিল মহিলাগৰাকীক
- ইতিমধ্যে দিল্লীৰ উত্তম নগৰ থানাত দাখিল কৰা হৈছে অভিযোগ
- অভিযোগ নিদিবলৈও ভাবুকি দিয়া হৈছিল মহিলাগৰাকীক