চিৰাঙৰ কাশীকট্ৰাত ডকাইতৰ তাণ্ডৱ

নিশাৰ বড়োভূমিত ডকাইতৰ তাণ্ডৱ। চিৰাঙৰ কাশীকট্ৰাত শনিবাৰে নিশা প্ৰায় ৮ বজাত তিনিজনীয়া এক অস্ত্ৰধাৰী ডকাইতৰ দলে স্থানীয় বিৰন বসুমতাৰীৰ ঘৰত লুটপাত চলায়। মটৰ চাইকেলেৰে অহা ডকাইতৰ দলটোৱে নগদ ৮০ হাজাৰ টকাৰ উপৰি ২ লক্ষাধিক টকা মূল্যৰ সোণৰ অলংকাৰ লুট কৰি নিয়ে বুলিও জানিব পৰা গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...