আপুনি জানেনে? শৰীৰত ইউৰিক এচিডৰ পৰিমাণ কম কৰাত সহায় কৰে আঙুৰে

আঙুৰৰ উপকাৰিতা বহুতো আছে। আঙুৰ এনে এবিধ ফল যি প্ৰতিজন ব্যক্তিৰ বাবে উপকাৰী। আঙুৰক বিভিন্ন ধৰণেৰে আমি খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰোঁ। ইয়াত থকা এণ্টি অক্সিডেণ্টে শৰীৰৰ ৰোগ প্ৰতিৰোধত সহায় কৰে। আঙুৰত পানীৰ মাত্ৰা অধিক হোৱাৰ বাবে ই আমাৰ শৰীৰটো সতেজ কৰি ৰখাতো অৰিহণা যোগায়। আঙুৰে আমাৰ শৰীৰত ইউৰিক এচিডৰ পৰিমাণ কম কৰাৰ বাবেও সহায় কৰে। এনিমিয়া ৰোগীৰ বাবে আঙুৰ যথেস্ট উপকাৰী, দৈনিৰ আঙুৰৰ ৰস সেৱনে শৰীৰত তেজৰ মাত্ৰা বৃদ্ধিত সহায় কৰে। আঙুৰৰ ৰসে মাইগ্ৰেণ ৰোগ প্ৰতিৰোধত অৰিহণা যোগায়। আঙুৰে আমাৰ শৰীৰত স্মৃতিশক্তি বৃদ্ধি কৰাৰ লগতে হজমশক্তি বৃদ্ধি কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...