গো-ধন সৰবৰাহ! শ্বহিদুল মণ্ডল, নুৰ হুছেইন আলী আৰু কাছেম আলীক আটক

বকোৰ মজেবাডীত গো-ধন সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। ৯টা গৰু উদ্ধাৰ, সৰবৰাহকাৰী তিনিটাক আটক। অসম-মেঘালয় সীমান্তৱৰ্তী এলেকাত বকো আৰক্ষীৰ অভিযান। আটক শ্বহিদুল মণ্ডল, নুৰ হুছেইন আলী আৰু কাছেম আলীক। AS18 AC 3010 নম্বৰৰ এখন বলেৰ’ পিকআপ জব্দ। বকোৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ফণীন্দ্ৰ নাথৰ নেতৃত্বত চলিছিল অভিযান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মৃত্যুক লৈ ব্যৱসায়! প্ৰাক্তন অভিযন্তাৰ কাণ্ডত তোলপাৰ বিশ্ব

মৃত্যুক লৈ ব্যৱসায়! কেতিয়াও নোহোৱা নোপোজা ঘটনা ঘটিল এইখন...

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান। ৮৯ বছৰ বয়সত মুম্বাইৰ...

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...