আগন্তুক ৫ দিনলৈ অসমত হ’ব প্ৰবল বৃষ্টিপাত, দুদিনৰ বাবে ৰাজ্যত ৰেড এলাৰ্ট জাৰি

ৰাজ্যত অধিক অৱনতি হ’ব পাৰে বান পৰিস্থিতি। দুদিনৰ বাবে ৰাজ্যত ৰেড এলাৰ্ট জাৰি। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী। আগন্তুক ৫ দিনলৈ অসমত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা। আগন্তুক ২৪ ঘণ্টাত ৰাজ্যৰ কিছু ঠাইত হ’ব প্ৰবল বৃষ্টিপাত। উত্তৰ পূৰ্বাঞ্চলৰ কিছু অঞ্চলতো হ’ব প্ৰবল বৰষুণ। সাগৰ পৃষ্ঠৰ পৰা ০.৯ কিলোমিটাৰ গতিবেগত উৎপত্তি হোৱা ধুমুহাৰ ফলত বৰষুণৰ আশংকা। ২১ মে’লৈ অসম, মেঘালয়ৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ঘোষণা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...