আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেবৰ পবিত্ৰ আৰ্ৱিভাৱ তিথি

আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৩ সংখ্যক আৰ্ৱিভাৱ তিথি। ৰাজ্যৰ নামঘৰে নামঘৰে পালন কৰা হৈছে মাধৱদেৱৰ আৰ্ৱিভাৱ তিথি। গুৰুজনাৰ পদৰঞ্জিত যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত বৰ্ণাঢ্য অনুষ্ঠান। গুৰুজনাৰ পৱিত্ৰ জন্ম তিথিত মিলন ঘটিল সাতভনীৰ। উত্তৰ পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্যৰ লগতে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ সমাহাৰেৰে ওলিওৱা হ’ল বৰ্ণিল শুভাযাত্ৰা। অনুষ্ঠানৰ শুভাৰম্ভ কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰায় এবছৰ ধৰি ঘৰত বন্দী বোৱাৰী; স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ

অসমত পুনৰ পোহৰলৈ আহিছে বোৱাৰী নিৰ্যাতনৰ এক গুৰুতৰ অভিযোগ।...

ভাৰতৰ ছেমিকণ্ডাক্টৰ উদ্যোগলৈ ভাবুকি; চাইবাৰ আক্ৰমণৰ পৰা সতৰ্ক হোৱাৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছেমিকণ্ডাক্টৰ উদ্যোগক চাইবাৰ...

আজি বিশ্ব গঁড় দিৱস; ভাৰতৰ ক’ত, কিমান এশিঙীয়া গঁড় আছে?

আজি বিশ্ব গঁড় দিৱস। প্ৰতি বছৰে ২২ ছেপ্টেম্বৰত বিশ্বৰ...

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...