কঁঠালৰ মুচিয়ে হাই প্ৰেছাৰ নিয়ন্ত্ৰণত সহায় কৰে, কঁঠালৰ মুচিৰ ৮টা আচৰিত পুষ্টিগুণ

বতৰৰ ফল কঁঠালৰ মুচিৰ আছে বহু ঔষধি গুণ। কঠালৰ মুচিত থাকে প্ৰচুৰ পৰিমানে ভিটামিন এ। ই দৃষ্টিশক্তি ভাল ৰাখে। ই ৰেটিনাৰ ক্ষতি প্ৰতিহত কৰাৰ লগতে চকুৰ সামগ্ৰিক স্বাস্থ্যৰ যত্ন লয়। কলি কঠালত থকা ভিটামিন চি-য়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। কঠালৰ মুচি এণ্টিঅক্সিডেণ্টৰ অন্যতম উৎ‍স। ই কৰ্কট ৰোগ আৰু টিউমাৰ হোৱাত প্ৰতিৰোধ কৰে। এণ্টিঅক্সিডেণ্টে ছালৰ উজ্জ্বলতাও বৃদ্ধি কৰে। কেঁচা কঠাল উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাটো সহায়ক হয় আৰু হৃদযন্ত্ৰও স্বাস্থ্যৱান কৰে। ই হজম বৃদ্ধি কৰি পাকস্থলীৰ স্বাস্থ্য উন্নত কৰে। আইৰণৰৰ উপস্থিতিৰ বাবে, এনিমিক ৰোগীয়েও কঠাল খোৱাটো প্ৰয়োজন। কঠালত থকা কেলচিয়ামে হাড়ৰ গঠন শক্তিশালী কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণ বাতিল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণ বাতিল। পেহেলগামৰ ঘটনাক লৈ...

ATM ব্যৱহাৰ কৰা সকলৰ বাবে কাইলৈৰ পৰা নতুন নিয়ম…

ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২৫ চনৰ ১ মে’ৰ পৰা এটিএমৰ...

পৰৱৰ্তী লোকপিয়লত জাতিগত গণনাৰ সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটৰ

ভাৰত চৰকাৰে এক ঐতিহাসিক সিদ্ধান্তত পৰৱৰ্তী লোকপিয়লত জাতিগত গণনা...