ৱাইন শ্বপত নহয়, এইবাৰ ফাৰ্মাচীত জব্দ হ’ল দমে দমে বিলাতী সুৰা!

বিলাতী সুৰা এতিয়া সুৰাৰ বিপণীতে উপলব্ধ নহয়, ফাৰ্মাচীতো উপলব্ধ হয় বিলাতী সুৰা ৷ আচৰিত হৈছে যদি আচল কাহিনীটো জানক এইবাৰ। ফাৰ্মাচী খুলি একাংশই চলাই আহিছে অবৈধ সুৰাৰ বেহা। এই ঘটনা লামডিঙৰ নখুঁটিৰ ৷ লামডিঙৰ নখুঁটিত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ ৷ নখুঁটিৰ হুছেইন নামৰ ফাৰ্মাচীখনত নখুঁটি আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে অবৈধ সুৰাখিনি ৷ আব্দুল হুছেইন নামৰ এজন ব্যৱসায়ীয়ে বিগত বহু বছৰ ধৰি নখুঁটি বজাৰৰ ফাৰ্মাচীত অবৈধভাৱে সুৰাৰ ব্যৱসায়ী কৰি আহিছিল ৷ আজি নখুঁটি আৰক্ষীয়ে অভিযান চলাই ব্যৱসায়ী আবুল হুছেইনক আটক কৰে ৷ অভিযানত আৰক্ষীয়ে ৪৬০টা বিলাতী সুৰাৰ বটলো জব্দ কৰে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...