প্ৰতিশ্ৰুতি পূৰণত ১০০ শতাংশতকৈ অধিক সফল হৈছে ৰাজ্য চৰকাৰ : কেশৱ মহন্ত

আনুষ্ঠানিক উদ্বোধনৰ পাছত GMCH ৰ ‘হৃদয় বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰ’ (চিএন চেণ্টাৰ)ত আজিৰে পৰাই ৰোগীৰ বাবে উপলব্ধ হৈছে চিকিৎসা সেৱা।
পুৱা ১০.৩০ খোদ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত GMCHৰ নতুন হাস্পতালখনত উপস্থিত হৈ বুজ ল’লে কামৰ। চিকিৎসা সেৱা ব্যৱস্থা নিৰীক্ষণ কৰাৰ লগতে হাস্পতাল কৰ্তৃপক্ষৰ সৈতে নৱনিৰ্মিত ছুপাৰ স্পেচিয়েলিটী হাস্পতালখনৰ ব্যৱস্থাৱলীও পৰ্যালোচনা কৰে স্বাস্থ্য মন্ত্ৰীজনে। বৰ্ষপূৰ্তি সন্দৰ্ভত কেশৱ মহন্তৰ প্ৰতিক্ৰিয়া
প্ৰতিশ্ৰুতি পূৰণত ১০০ শতাংশতকৈ অধিক সফল হৈছে ৰাজ্য চৰকাৰখন”

নিজৰ সফলতা-বিফলতা সন্দৰ্ভত কেশৱ মহন্তৰ মন্তব্য –“মুখ্যমন্ত্ৰীয়ে কাম কৰাত কোনো ক্ষেত্ৰতে বাধ্যবাধকতা কৰা নাই, যদি ক’ৰবাত কিবা কৰিব পৰা নাই সেয়া মোৰ বিফলতা ।” নতুন চিকিৎসালয় পৰিদৰ্শন কৰি স্বাস্থ্যমন্ত্ৰীয়ে ক’লে—‘কোনো ৰোগীয়ে যাতে দীঘলীয়া সময় অপেক্ষা কৰিবলগীয়া নহয় তাৰ বাবে চেষ্টা কৰা হৈছে।’

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...