শিশু উদ্যানেৰে সুশোভিত হ’ব নাৰেংগীৰ হাউচিং কলনী

মহানগৰীৰ নাৰেংগী হাউচিং কলনীত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় সুৰবালা বৰদলৈ শিশু উদ্যান। ফিটা কাটি উদ্বোধন কৰে অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালীনী দেৱীয়ে। অসমৰ জাতীয় সংগীতেৰে শুভাৰম্ভ কৰে অনুষ্ঠানৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা চাৰি লাখ টকাৰে পুনৰ নিৰ্মাণ কৰা হয় শিশু উদ্যান খন। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৫৮ নং ৱাৰ্ডৰ নৱ নিযুক্ত পৰিষদ পবিত্ৰ দাস, কাৰ্বি স্বায়ত্ব পৰিষদৰ উপাধ্যক্ষ দিলীপ টাৰো, শান্তা মণিকা হাউচিং কমপ্লেক্স মহিলা সমিতিৰ সভানেত্ৰী মিৰাৰাণী দত্ত, সম্পাদিকা ৰঞ্জু ৰাণী ডেকা চুবেদাৰ, শিক্ষাবিদ ড০ পূৰ্ণ ভট্টাচাৰ্য, GL পাব্লিকেশ্বনৰ মহা-প্ৰবন্ধক প্ৰণৱ তালুকদাৰ লগতে উপস্থিত থাকে ভালেমান বিশিষ্ট ব্যক্তি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...