NHPCক লৈ ভয়াৱহ তথ্য প্ৰকাশ কেন্দ্ৰীয় বিদ্যুত প্ৰাধিকৰণৰ প্ৰতিবেদনত

NHPCক লৈ ভয়াৱহ তথ্য প্ৰকাশ কেন্দ্ৰীয় বিদ্যুত প্ৰাধিকৰণৰ প্ৰতিবেদনত
প্ৰতিবেদনত সঁচা প্ৰমাণিত হৈছে অসমৰ মানুহৰ শংকা
যোৱা ২১ এপ্ৰিলত NHPC পৰিদৰ্শন কৰিছিল বিদ্যুত প্ৰাধিকৰণৰ দলে
১ এপ্ৰিলত পানীৰ হেঁচাত ভাঙি পৰিছিল দুটা ইউনিটৰ সুৰক্ষাৰ পকীবেৰ

প্ৰথমে NHPC কৰ্তৃপক্ষই গাপ দিবলৈ চেষ্টা চলাইছিল এই কথা
প্ৰতিবেদন স্পষ্টভাৱে উল্লেখ কৰা হৈছে ইউনিট দুটাৰ সুৰক্ষা পকীবেৰ খহি পৰাৰ বিষয়ে
বাৰিষাকালত পানীৰ অতিৰিক্ত হেঁচা সুৰক্ষা পকীবেৰৰ ওপৰত পৰাৰ আশংকা প্ৰকাশ কৰা হৈছে
সুকীয়া বিশেষজ্ঞ কমিটিৰ হতুৱাই এই বিষয়ে পৰীক্ষা কৰাৰ পোষকতা কৰা হৈছে প্ৰতিবেদনত
প্ৰতিবেদনত বাৰিষাৰ আগেয়ে পুনৰক্ষীণৰ কাম সমাপ্ত কৰিবলৈ পৰামৰ্শ
এই বিষয়ে এতিয়ালৈ NHPC কৰ্তৃপক্ষই ব্যৱস্থা নোলোৱাৰ অভিযোগ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...