জঘন্য! কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পেলাই থৈ গ’ল ৰাজপথত

দক্ষিণ কামৰূপৰ গৰৈমাৰীত জঘন্য ঘটনা। দুৰ্বৃত্তই ধৰ্ষণ কৰি পথৰ কাষত মুমূৰ্ষু অৱস্থা পেলাই থৈ গ’ল এগৰাকী ১৫ বছৰীয়া কিশোৰীক। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত বিৰাজ কৰিছে চেপা উত্তেজনাৰ। ইতিমধ্যে আৰক্ষীয়ে ধৰ্ষণৰ অভিযুক্তৰ নাম আৰু মোবাইল নম্বৰ লাভ কৰিছে যদিও বৰ্তমানেও কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

ইফালে ভুক্তভোগী কিশোৰীগৰাকীক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় GMCHলৈ। আৰক্ষীয়ে ধৰ্ষণকাৰীক বিচাৰি ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত। কিশোৰী গৰাকীক দলবদ্ধ ধৰ্ষণ কৰি ৰাজপথত পেলাই থৈ যোৱাৰ সন্দেহ আৰক্ষী আৰু স্থানীয় ৰাইজৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...

প্ৰেম, সন্দেহ, হ/ত্যা…প্ৰেমৰ নামত আৰু কিমানে হেৰুৱাব লাগিব জীৱন?

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰিয়া হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নোযাওঁতেই ৰাজ্যত...