হিটমেনৰ ছিক্সাৰ, কাজিৰঙাই পাব ৫ লাখ টকাৰ উপহাৰ

হিটমেনৰ ছিক্সাৰ, কাজিৰঙাই পাব ৫ লাখ টকাৰ উপহাৰ । অৱশেষত Tata Punch বাহনত বল লাগিল। হিটমেন ৰোহিত শৰ্মাৰ ছিক্সাৰত ‘আহত’Tata Punch । হিটমেনৰ এই ‘উপকাৰিতা’ৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে লাভ কৰিব ৫ লাখ টকাৰ উপহাৰ । ৰোহিত শৰ্মাই গুজৰাট টাইটান্সৰ বিৰূদ্ধে কেৰিবিয়ান বলাৰ আলজাৰী যোচেফৰ বলত কোবোৱা ছিক্সাৰ পৰেগৈ বাউণ্ডেৰী বাহিৰত ৰখাই থোৱা Tata Punch ত।

উল্লেখ্য যে এইবাৰৰ আই পি এলৰ স্প’নছৰশ্বিপ টাটাৰ । টাটা গ্ৰুপৰ চৰ্ত আছিল যে কোনো বেটছমেনে যদি বাউণ্ডেৰী বাহিৰত থোৱা Tata Punchত বল লগাব পাৰে তেন্তে কাজিৰঙালৈ প্ৰদান কৰা হ’ব ৫ লাখ টকাৰ দান ।ৰোহিতৰ ছিক্সাৰত প্ৰথমবাৰলৈ টাটাৰ এই চৰ্ত পূৰণ ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জৰ্ডানৰ গীৰ্জাত গুলীচালনা, ৭জন লোক নিহত হোৱাৰ লগতে ৪০জন আহত

জৰ্ডানত শুকুৰবাৰে এটা গীৰ্জা ঘৰত অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ সময়তে...

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...