কিয় চাইকেলেৰে চলাথ কৰিছে অসম, নৱজ্যোতি শইকীয়াৰ উদ্দেশ্য কি?

চেল্যুট টু দা ৰিয়েল হিৰো শ্লোগানেৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যাত্ৰা নৱজ্যোতি শইকীয়াৰ । স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া শ্বহীদ আৰু প্ৰকৃতি সংৰক্ষকক শ্ৰদ্ধা জনাই শিৱসাগৰৰ পৰা চাইকেলৰে ৪০ দিন অসম ভ্ৰমণ কৰে লক্ষ্য নৱজ্যোতি শইকীয়াৰ। ব্ৰহ্মপুত্ৰ পৰিক্ৰমা নামেৰে কাৰ্য্যসূচীৰে আজি বকোত উপস্থিত হয় নৱজ্যোতি শইকীয়া। সাহসী নৱজ্যোতিক শুভকামনা বিভিন্নজনৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...