চিলিণ্ডাৰ আনিবলৈ যাওঁতে ঘটিল অঘটন, ৰে’লৰ খুন্দাত অকাল বিয়োগ মেধাৱী শেৱালী সোণোৱালৰ

গুৱাহাটী মহানগৰীৰ পানীখাইতীত অঘটন। তীব্ৰবেগী ৰে’লৰ খুন্দাত নিহত এগৰাকী ছাত্ৰী। মৃত ছাত্ৰীগৰাকী ধেমাজিৰ শেৱালী সোণোৱাল। ডাউন টাউন বিশ্ববিদ্যালয়ৰ ছাত্ৰী আছিল শেৱালী। বিশ্ববিদ্যালয়খনত ট্ৰ’মা মেডিকেল বিভাগত অধ্যয়ন কৰি আছিল ছাত্ৰীগৰাকীয়ে। পানীখাইতীৰ আমগাঁৱত ভাৰাতীয়া হিচাপে আছিল ছাত্ৰীগৰাকী। LPG চিলিণ্ডাৰ আনিবলৈ যাওতে এই কৰুণ দুৰ্ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰ পৰা নীতিন নবীন মোৰ বছ, মই তেওঁৰ কৰ্মী : প্ৰধানমন্ত্ৰী মোদী

ভাৰতীয় জনতা পাৰ্টিৰ নতুন সভাপতি নীতিন নবীন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...

কি বিপদত পৰিল আবুধাবি? কিয় হঠাৎ দুঘণ্টাৰ বাবে ভাৰতলৈ আহিল UAEৰ ৰাষ্ট্ৰপতি?

ভাৰত ভ্ৰমণৰ বাবে আকস্মিকভাৱে উপস্থিত হয় UAEৰ ৰাষ্ট্ৰপতি মহম্মদ...

পুনৰ চৰ্চাত কিম জং উন; পথৰ মাজতে বৰ্খাস্ত কৰিলে উপ-প্ৰধানমন্ত্ৰীক

উত্তৰ কোৰিয়াৰ শাসক কিম জং উন কঠোৰ নীতি আৰু...

আমেৰিকাৰ পতাকা লৈ গ্ৰীণলেণ্ডত উপস্থিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

গ্ৰীনলেণ্ডৰ ওপৰত চোকা নজৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। তেওঁ...