কোনো নথকাৰ সুযোগ লৈ কিশোৰীক ধৰ্ষণৰ চেষ্টা, আৰক্ষীৰ জালত কৰণ তামাং

বিশ্বনাথৰ বিহালীৰ বৰগাঙত ১৫ বছৰীয়া কিশোৰীক ধৰ্ষণ। কৰণ তামাং নামৰ এজন লোকে ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰী গৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। পিতৃ মাতৃ বিহীন ঘাটমাউৰা কিশোৰী গৰাকী নিজৰ খুৰাকৰ ঘৰতে থাকিছিল। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত কৰণ তামাঙক। তামাঙৰ বিৰুদ্ধে বিহালী থানাত POCSO আইনৰ অধীনত ৰুজু হৈছে গোচৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বহি:ৰাজ্যত চলন্ত ৰে’লৰ পৰা পৰি মৃত্যু অসমৰ ব্যৱসায়ীৰ

পশ্চিমবংগত ৰে’লৰ পৰা পৰি মৃত্যু যোৰহাটৰ ব্যৱসায়ীৰ। পশ্চিমবংগৰ বৰ্ধমান...

মধ্যপ্ৰদেশত পথ অৱৰোধ! ভাইৰেল মনালিছাক চাবলৈ মানুহৰ ভিৰ

মহাকুম্ভমেলাৰ ভাইৰেল গাৰ্ল মনালিছা। মনালিছাক লৈ সীমাহীন কৌতূহল অনুৰাগীক।...

‘কিং’ শ্বুটিঙৰ মাজতে অঘটন

গুৰুতৰ ভাবে আহত কিংখানচিকিৎসাৰ বাবে আমেৰিকালৈ শ্বাহৰুখ একশ্যন ছবিৰ শ্বুটিঙৰ...