কোনো নথকাৰ সুযোগ লৈ কিশোৰীক ধৰ্ষণৰ চেষ্টা, আৰক্ষীৰ জালত কৰণ তামাং

বিশ্বনাথৰ বিহালীৰ বৰগাঙত ১৫ বছৰীয়া কিশোৰীক ধৰ্ষণ। কৰণ তামাং নামৰ এজন লোকে ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰী গৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। পিতৃ মাতৃ বিহীন ঘাটমাউৰা কিশোৰী গৰাকী নিজৰ খুৰাকৰ ঘৰতে থাকিছিল। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত কৰণ তামাঙক। তামাঙৰ বিৰুদ্ধে বিহালী থানাত POCSO আইনৰ অধীনত ৰুজু হৈছে গোচৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...