জুৱা খেলক কেন্দ্ৰ কৰি কুৰুক্ষেত্ৰ, ১৯জনক গ্ৰেপ্তাৰ আৰক্ষীৰ

বৰপেটাৰ ভেল্লাৰ মাৰপিটৰ ঘটনাক লৈ ১৯জনক গ্ৰেপ্তাৰ। বুধবাৰে ভেল্লাত দুটা ফৈদৰ মাজত হৈছিল মাৰপিট। জুৱা খেলক কেন্দ্ৰ কৰি সংঘটিত হৈছিল এই ঘটনা। একাংশ খিলঞ্জীয়া লোকক আক্ৰমণ কৰিছিল বংগীয়মূলৰ মুছলমানে। ঘটনাত প্ৰায় ১৭জনৰো অধিক লোক আহত হৈছে। সংকটজনক অৱস্থাত দুজনক GMCHলৈ প্ৰেৰণ। ১৯জনৰ উপৰি আৰু অধিক লোকক গ্ৰেপ্তাৰৰ সম্ভাৱনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘ষ্ট্ৰেইট অৱ হৰমুজ’ত ট্ৰাম্প প্ৰস্তাৱিত ২০% টোলে পেট্ৰ’ল, ডিজেলৰ দাম কিয় বৃদ্ধি কৰিব পাৰে?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অলপতে ঘোষণা কৰা এক...

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...