এশ গৰু মাৰিলে বাঘৰো মৰণ…এইবাৰ জালত দুজনকৈ লাট মণ্ডল, এজন ভূ মাফিয়া!

পলাশবাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুজনকৈ লাট মণ্ডলক গ্ৰেপ্তাৰ। নটাৰী বিষয়া আৰু এজন অধিবক্তাকো গ্ৰেপ্তাৰ আৰক্ষীৰ। বুধবাৰে নিশা গ্ৰেপ্তাৰ লাট মণ্ডল সত্যচৰণ দত্ত আৰু সুভাষ শৰ্মাক। মি কেলেংকাৰিৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ। এই ঘটনা সন্দৰ্ভত ইতিমধ্যে ভূ মাফিয়া তপন মালীকো গ্ৰেপ্তাৰ। সম্প্ৰতি অভিযুক্ত তপন মালী জে’লত। লাট মণ্ডল দুজনক সোধা-পোছা পলাশবাৰী আৰক্ষীৰ। অধিবক্তা পিংকি বৰুৱা, নটাৰী বিষয়া অৰুণিমা ভাগৱতীক গ্ৰেপ্তাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...