ডাম্পাৰ সোমালগৈ দোকানত, টিয়াগ’ সোমাল পথাৰত! দুৰ্ঘটনাত গুৰুতৰভাবে আহত দুজন লোক

দ্ৰুতবেগী টিয়াগ আৰু মিনি ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ। নাজিৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাৰ পিছতে নিয়ন্ত্ৰণ হেৰুৱাই টিয়াগ’ সোমাল পথাৰত, ডাম্পাৰ সোমালগৈ দোকানগৃহত। গুৰুতৰভাবে আহত দুজনকৈ লোক। দুৰ্ঘটনাগ্ৰস্ত টিয়াগখনৰ নম্বৰ AS04 R 0090 আৰু ডাম্পাৰখনৰ নম্বৰ AS33 C 037। নাজিৰাৰ বৰতলত সংঘটিত হৈছে এই ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত মেডিকেল এডমিনিষ্ট্ৰেচনৰ সঞ্চালক হিচাপে যোগদান ডাঃ এ. চি. কটকীৰ

উত্তৰ-পূৱ ভাৰতৰ চিকিৎসা শিক্ষা আৰু স্বাস্থ্যসেৱা ক্ষেত্ৰত নতুন শক্তিৰ...

গীত পৰিৱেশন কৰি থাকোতেই কিয় খং উঠিল প্ৰিয়ংকা ভৰালীৰ?

মঞ্চত গীত পৰিৱেশন কৰি থাকোতেই খঙত অগ্নিশৰ্মা হৈ পৰিল...

ধুবুৰীৰ ইংলিছ এডুকেচন একাডেমীত আৰক্ষীৰ অভিযান

ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া শিক্ষাৰ নামত ছিণ্ডিকেট।ধুবুৰীৰ ঝগ্ৰাৰপাৰত ইংলিছ...

আজি ১ মে’ — আন্তৰ্জাতিক শ্ৰমিক দিৱস

১৮৮৬ চনৰ ১ মে’ত আমেৰিকাৰ ছিকাগো চহৰত হাজাৰ হাজাৰ...