পবিত্র ঈদৰ দিনাই নিজকে শেষ কৰি দিলে ৪৮ বছৰীয়া মহিলাই!

পবিত্র ঈদৰ দিনাই শোকাৱহ ঘটনা। বোকাজানৰ ইকৰাণী বস্তিত সংঘটিত হৈছে আত্মহত্যাৰ ঘটনা। ঘৰৰ ওচৰৰ পথাৰত চিপ লৈ আত্মহত্যা এগৰাকী মহিলাৰ। মৃত মহিলাগৰাকী শুকানজানৰ মৈৰম বেগম। তথ্য অনুসৰি মানসিক ভাৰসাম্যহীনতা হেৰুৱাই মহিলাগৰাকীয়ে আত্মহত্যা কৰে বুলি ওচৰ-চুবুৰীয়া লোকে মত প্ৰকাশ কৰিছে। ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে বোকাজান আৰক্ষী উপস্থিত হৈ মৃতদেহটো নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...