কাশ্মীৰলৈ যোৱাৰ পৰিকল্পনাৰ সময়তে অসমত জালত পৰিল ৰোহিংগীয়া, উদ্দেশ্য কি আছিল?

কৰিমগঞ্জৰ বদৰপুৰত ৰোহিংগীয়া শৰণাৰ্থী আটক। জিআৰপি আৰু আৰপিএফৰ যুটীয়া অভিযান। বদৰপুৰৰ পৰা লামডিং অভিমুখী ৰাণী কমলাপতি স্পেচিয়েল ৰে’লত আৰক্ষীৰ তালাচী অভিযানৰ সময়ত আটক কৰে ৰোহিংগীয়া শৰণাৰ্থীক। আটক হোৱা যুৱকজন ম্যানমাৰৰ মামৰা জিলাৰ নালাপাড়া গাঁৱৰ নুৰুল আমিন। ধৃত যুৱকজনৰ পৰা উদ্ধাৰ কৰা হয় এটি ফৰেনছিক আই কার্ড। ভাৰত, বাংলাদেশসহ বিভিন্ন ৰাজ্যত বসবাস কৰি আহিছিল যুৱকজন। উত্তৰ প্ৰদেশ হৈ জম্মু-কাশ্মীৰ যোৱাৰ পৰিকল্পনা কৰিছিল বুলি সদৰি কৰিছিল নুৰুল আমিনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বহি:ৰাজ্যত চলন্ত ৰে’লৰ পৰা পৰি মৃত্যু অসমৰ ব্যৱসায়ীৰ

পশ্চিমবংগত ৰে’লৰ পৰা পৰি মৃত্যু যোৰহাটৰ ব্যৱসায়ীৰ। পশ্চিমবংগৰ বৰ্ধমান...

মধ্যপ্ৰদেশত পথ অৱৰোধ! ভাইৰেল মনালিছাক চাবলৈ মানুহৰ ভিৰ

মহাকুম্ভমেলাৰ ভাইৰেল গাৰ্ল মনালিছা। মনালিছাক লৈ সীমাহীন কৌতূহল অনুৰাগীক।...

‘কিং’ শ্বুটিঙৰ মাজতে অঘটন

গুৰুতৰ ভাবে আহত কিংখানচিকিৎসাৰ বাবে আমেৰিকালৈ শ্বাহৰুখ একশ্যন ছবিৰ শ্বুটিঙৰ...