স্বামী নুৰ ইছলামে ছুৰীৰে হত্যা কৰিলে পত্নী আছিয়া বেগমক, গাৰ্হস্থ্য হিংসাৰ ভয়ংকৰ পৰিণতি!

ঈদৰ আনন্দৰ মাজতে মঙলদৈত চাঞ্চল্যকৰ ঘটনা। পাৰিবাৰিক কন্দলৰ বাবেই স্বামী নুৰ ইছলামে ছুৰীৰে হত্যা কৰে পত্নী আছিয়া বেগমক। মঙলদৈৰ বান্দীয়া গাঁৱত চাঞ্চল্য।

মঙলদৈৰ ২নং ৱাৰ্ডত থকা ভাড়াঘৰত সংঘটিত হয় এই ঘটনা। ঘটনাৰ পিছতে মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতি আৰু কৃষ্ণকান্ত লস্কৰ উপস্থিত হৈ হত্যাকাৰী নুৰ ইছলামক আটক কৰিছে। হত্যাৰ প্ৰকৃত কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত, তদন্তৰ পিছত সকলো কথা পোহৰলৈ আহিব বুলি সদৰি কৰিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

RSSৰ বিৰুদ্ধে আমেৰিকান সংস্থাৰ নিষেধাজ্ঞাৰ আহ্বান, তীব্ৰ প্ৰত্যুত্তৰ ভাৰতৰ

RSSৰ বিৰুদ্ধে নিষেধাজ্ঞাৰ USCIRFৰ আহ্বান নাকচ ভাৰতৰ| ৰাষ্ট্ৰীয় স্বয়ংসেৱক...

শ্বিলঙৰ পেট্ৰ’ল পাম্পত হাহাকাৰ, অসমে ইন্ধনৰ যোগান বন্ধ কৰাৰ ভাবুকি

অসম আৰু মেঘালয়ৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে শুকুৰবাৰে...

BWF World Championships 2026-ত ইতিহাস ৰচনা ত্ৰেছা-গায়ত্ৰীৰ

নতুন দিল্লীৰ ইন্দিৰা গান্ধী এৰিনাত ইতিহাস ৰচিলে ভাৰতীয় বেডমিণ্টনৰ...

ডায়মণ্ড লীগত ৰূপৰ পদক নীৰজ চোপ্ৰাৰ, ৯ ছেন্টিমিটাৰৰ বাবে হেৰুৱালে স্বৰ্ণ

ল’জান ডায়মণ্ড লীগত ৮৮.০৫ মিটাৰ দূৰলৈ জেভলিন নিক্ষেপ কৰি...