সপ্তম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰিলে ২৩ বছৰীয়া যুৱকে!

ৰাজ্যত পুনৰ জঘন্য ধৰ্ষণকাণ্ড৷ ১২ বছৰ বয়সীয়া সপ্তম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ লম্পট যুৱকৰ৷ বাক্সা জিলাৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত মায়ংপাৰাত সংঘটিত হৈছে এই ঘটনা৷ ৰতন সূত্ৰধৰ নামত ২৩ বছৰীয়া যুৱকে সপ্তম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ৷ ভোক্তভোগী ছাত্ৰীৰ বায়েকে দিয়া গোচৰৰ ভিত্তিত আৰক্ষীয়ে কৰায়ত্ত কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে লম্পট যুৱকক৷ গোৱৰ্দ্ধনা আৰক্ষী থানাত 61/22 নম্বৰত গোচৰ ৰুজু কৰি 328 IPC RWC sec-4 Pocso আইনৰ আধাৰত জেল হাজোতলৈ প্ৰেৰণ কৰে৷ এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চীন-ভাৰতৰ সীমা সমস্যা হ’বনে সমাধান? BRICS ত কি কি ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ মোদী-ছি জিনপিং?

ৰাছিয়াৰ কাজানত অনুষ্ঠিত বৈঠকৰ দুবছৰৰ পাছত শনিবাৰে নতুন দিল্লীত...

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...