মহানগৰীত যুৱকৰ ৰহস্যজনক আত্মহত্যা

  • মহানগৰীত যুৱকৰ ৰহস্যজনক আত্মহত্যা
  • নয়ণপুৰৰ হাউছ নং ১২ত আত্মহত্যা যুৱকৰ
  • মৃত যুৱকজনৰ নাম বলেন ডেকা
  • গণেশগুৰিৰ ডাৰ্জিলিং ষ্ট’ৰত কৰ্মৰত আছিল বলেন
  • ২৪ বছৰীয়া যুৱকজনৰ ঘৰ মঙলদৈত
  • প্ৰেমজনিত ঘটনাৰ বাবেই আত্মহত্যাৰ সন্দেহ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ ৱাশ্বিংটন ডিচিত ভয়ংকৰ গুলীচালনা! হোৱাইট হাউছৰ সমীপতে এই ঘটনা, এজন নিহত, আহত কমেও ৪জন

আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডিচিত সংঘটিত হৈছে ভয়ংকৰ গুলীচালনাৰ ঘটনা।...

এনভিডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ পৰা পদত্যাগ জেনছেন হুৱাঙৰ! অন্তৱৰ্তীকালীন CEO হিচাপে দায়িত্ব ল’ব ক’লেট ক্ৰেছে

বিশ্বৰ আগশাৰীৰ কৃত্ৰিম বুদ্ধিমত্তা (AI) চিপ নিৰ্মাতা প্ৰতিষ্ঠান এনভিডিয়াত...