ভুৱা আধাৰ কাৰ্ড, PAN কাৰ্ড বনোৱা ৩ প্ৰৱঞ্চকক গ্ৰেপ্তাৰ

ভুৱা নথি-পত্ৰ প্ৰস্তুত কৰা চক্ৰক গ্ৰেপ্তাৰ আৰক্ষীৰ। হোজাইৰ বিভিন্ন অঞ্চলৰ পৰা গ্ৰেপ্তাৰ ৩ প্ৰৱঞ্চকক। অভিযানত জব্দ ১৭খন গাড়ীৰ ভুৱা পঞ্জীয়ন পত্ৰ। জব্দ ভুৱা গাঁওবুঢ়াৰ ছীল, বহু কলেজৰ ছীল। জব্দ প্ৰিণ্টাৰ মেচিন, আধাৰ কাৰ্ড, পান কাৰ্ড। আৰক্ষীয়ে জব্দ কৰে ৬খন বাহন। প্ৰৱঞ্চক জাকাৰিয়া আহমেদ, ফাৰুক আহমেদ, আ‍ব্দুল আহাদক গ্ৰেপ্তাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...