ধুমুহাত মূৰৰ ওপৰত ভাঙি পৰিল গছৰ ডাল, হাস্পতাললৈ লৈ যোৱাৰ পূৰ্বে মৃত্যু মহিলাৰ

পুনৰ প্ৰচণ্ড ধুমুহাই প্ৰাণ ল’লে এগৰাকী মহিলাৰ। শুকুৰবাৰে সন্ধিয়া কৰ্মস্থলীৰ পৰা আহি থকা অৱস্থাত ডফলাটিং তিনি আলিত এজোপা গছৰ ডাল ভাগি মহিলাগৰাকীৰ মূৰত পৰাত গুৰুতৰভাবে আহত হয় অনামিকা ভূঞা নামৰ মহিলাগৰাকী।

স্থানীয় ৰাইজৰ তৎপৰতাত ততাতৈয়াকৈ ১০৮এম্বুলেঞ্চ সেৱাৰ যোগেদি মহিলাগৰাকীক চিকিৎসালয়লৈ নিয়া হয় যদিও গৈ থকা অৱস্থাতে মৃত্যু ঘটে মহিলা গৰাকীৰ। অনামিকা ভূঞা নামৰ মহিলাগৰাকীৰ ঘৰ ডফলাটিং চাহ বাগিচাৰ তিনি নম্বৰ লাইনত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মৃত্যুক লৈ ব্যৱসায়! প্ৰাক্তন অভিযন্তাৰ কাণ্ডত তোলপাৰ বিশ্ব

মৃত্যুক লৈ ব্যৱসায়! কেতিয়াও নোহোৱা নোপোজা ঘটনা ঘটিল এইখন...

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান। ৮৯ বছৰ বয়সত মুম্বাইৰ...

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...