নগাঁওবাসীৰ বাবে স্বাস্থ্য মন্ত্ৰীয়ে দিলে এই ভাল খবৰ!

নগাঁওবাসীৰ বাবে ভাল খবৰ। নগাঁৱত স্থাপন কৰা হ’ব কেঞ্চাৰ চিকিৎসালয়। ২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিব্ৰুগড়ৰ পৰাই নগাঁও কেঞ্চাৰ হাস্পতালৰ আধাৰশিলা স্থাপন কৰিব ৷ অসমত অতিশীঘ্ৰে নতুনকৈ ৭ খন কেঞ্চাৰ হাস্পতাল স্থাপন কৰা হ’ব। অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক কেন্দ্ৰীয় চৰকাৰে অধিক গুৰুত্ব দিয়াৰ বাবেই এইয়া সম্ভৱ হৈছে বুলি মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই। নগাঁৱত নিৰ্মাণ হবলগীয়া কেঞ্চাৰ হস্পিতালৰ ভূমি আজি পৰিদৰ্শন কৰে মন্ত্ৰী কেশৱ মহন্তই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...