পাৰ হৈ গ’ল ধুমুহা এজাক…কালধুমুহাই তচনচ কৰিলে ৩খন গাঁও!

ৰাজ্যত পুনৰ বিধ্বংসী ধুমুহা। কালধুমুহাত তচনচ সত্ৰদ্বীপ মাজুলীৰ ৩খনকৈ গাঁও। মাজুলীৰ যোৰবিল কাঠনিআঁতিত প্ৰচণ্ড ধুমুহাই উৰুৱাই নিলে শতাধিক বাসগৃহ। ঘৰ-দুৱাৰ, বিদ্যালয় গৃহ ভাঙি চূৰমাৰ। ধুমুহাই উৰুৱাই গছৰ আগ পোৱালেগৈ ঘৰৰ টিং পাত চালি। কোনো মতে প্ৰাণৰক্ষা বহু লোকৰ। বিদ্যুতৰ খুঁটা ভাগি পৰাত বিদ্যুৎসেৱা সম্পূৰ্ণ ৰূপে ব্যাহত। নিহত হৈছে বহু পশুধন। বিহুৰ উচাহ অব্যাহত থকাৰ মাজতে ধুমুহাই গৃহহাৰা কৰিলে বহু লোকক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ITA মাছখোৱাত ফেশ্বন আৰু উৎকৃষ্টতাৰ ভব্য সমাৰোহ এছিয়ানেট এৱাৰ্ডছ ২০২৬

গুৱাহাটীৰ আইটিএ মাছখোৱা (ITA Machkhowa) প্ৰেক্ষাগৃহত জাকজমকতাৰে অনুষ্ঠিত হৈ...

দুৰ্ঘটনাত নিহত সতীৰ্থ ডিঅ’গো জোটাক সুঁৱৰি চকুলো টুকিলে ৰোনাল্ডোৱে

ফিফা বিশ্বকাপ ২০২৬ৰ ‘ৰাউণ্ড অব ৩২’ৰ এখন ৰোমাঞ্চকৰ মেচত...

ভাৰত-জাপানৰ ১৬সংখ্যক বাৰ্ষিক সন্মিলনৰ সফল সামৰণি: অৰ্থনৈতিক নিৰাপত্তা, AI আৰু প্ৰতিৰক্ষাসহ ১৬টা গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ

জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ১৬...