ফৰচুনাৰ আৰু মাৰুতী চুজুকিৰ মুখামুখি সংঘৰ্ষ, গুৰুতৰভাবে আহত ৪জন

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ ভয়ংকৰ দুৰ্ঘটনা। দ্ৰুতবেগী ফৰচুনাৰ আৰু মাৰুতী চুজুকি বাহনৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাবে আহত ৪ জন লোক। দুৰ্ঘটনাত মাৰুতী চুজুকিখনত থকা ৪গৰাকী আৰোহী আহত। দুৰ্ঘটনাগ্ৰস্ত মাৰুতী চুজুকিৰ খনৰ নম্বৰ AS04 H 5713 আৰু দুৰ্ঘটনাগ্ৰস্ত ফৰচুনাৰ খনৰ নম্বৰ AS04 U 0010। আহত চাৰিওগৰাকী আৰোহীক চিকিৎসালয় ভৰ্তি কৰোৱা হৈছে। শিৱসাগৰ শুকানপুখুৰীত সংঘটিত হৈছে এই ঘটনা।

NKTV Digital
Author: NKTV Digital

273 COMMENTS

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...