দ্ৰুতবেগী ট্ৰাকে মহতিয়ালে ই-ৰিক্সাক, মৃত্যুৰে যুঁজ ২ আহত যাত্ৰীৰ

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে ট্ৰাকৰ দৌৰাত্ম্য। দ্ৰুতবেগী ট্ৰাকে মহতিয়ালে ই-ৰিক্সাক। ট্ৰাক আৰু ই-ৰিক্সাৰ মাজত সংঘটিত সংঘৰ্ষত গুৰুতৰভাবে আহত ই-ৰিক্সাৰ দুই আৰোহী। কামপুৰৰ কুঁৱৰী আটিত ভয়ংকৰ পথ দুৰ্ঘটনা। কামপুৰ-ৰহা পথত সংঘটিত হৈছে এই দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খনৰ নম্বৰ AS N 7741। ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ জব্দ কৰে গাড়ী দুখন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...