মহানগৰীত ড্ৰাই ডে’ ঘোষণা!

• GMC নিৰ্বাচনৰ বাবে গুৱাহাটী মহানগৰীত ড্ৰাই ডে’ ঘোষণা।
• বুধবাৰে ৪.৩০ বজাৰ পৰা ২২ তাৰিখৰ ৪.৩০ বজাৰলৈ বাহাল থাকিব ড্ৰাই ডে
• ২৪ তাৰিখে অনুষ্ঠিত হ’ব GMC নিৰ্বাচনৰ ভোট গণনা
• ভোট গণনাৰ দিনাও ড্ৰাই ডে ঘোষণা প্ৰশাসনৰ
• সুৰা বিক্ৰীত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি এই দিনকেইটাত
• কোনো ব্যক্তিয়ে সুৰা মজুত ৰাখিলে সন্মুখীন হ’ব কঠোৰ শাস্তিৰ
• নিয়ম নামানিলে অসম আৱকাৰী আইনৰ অধীনত ৰুজু হ’ব গোচৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...