এতিয়াৰে পৰা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত উপলব্ধ হ’ব কভিশ্বিল্ড, কভাক্সিন বুষ্টাৰ ড’জ!

এতিয়াৰে পৰা দেশত ক’ভিড-১৯ৰ বুষ্টাৰ ড’জ ব্যক্তিগতখণ্ডৰ ভেকচিন কেন্দ্ৰ বিলাকত দিয়া হ’ব বুলি চৰকাৰে ঘোষণা কৰিছে। ইয়াৰ লগে লগে ভেকচিন উৎপাদন কৰা প্ৰতিষ্ঠান ছিৰাম ইনষ্টিটিউট অব ইণ্ডিয়া আৰু ভাৰত বায়’টেকে নিজা নিজা ভেকচিনৰ দাম ২২৫ টকালৈ হ্ৰাস কৰিবলৈ সিদ্ধান্ত লৈছে।

প্ৰথম অবস্থাত ভাৰত বায়’টেকে কভাক্সিনৰ মূল্য ১২০০ টকা ধাৰ্য কৰিছিল আৰু এছ আই আয়ে ক’ভিশ্বিল্ড ভেকচিনৰ মূল্য ৬০০ টকা ধাৰ্য কৰিছিল। চৰকাৰৰ সৈতে হোৱা সিদ্ধান্তৰ পিছত দুয়োটা ভেকচিনৰ মূল্য ২২৫ টকালৈ হ্ৰাস কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...